Header Ads Widget

Responsive Advertisement

আজিৰে পৰা Royal Kitchen ৰেষ্টুৰেণ্ট মুকলি হল | Sarupathar royal kitchen | Best restaurants in assam

সৰুপথাৰত আজিৰে পৰা মুকলি হল ৰয়েল কিটচেন ৰেষ্টুৰেণ্ট

সৰুপথাৰবাসীৰ বাবে ভাল খবৰ। সৰুপথাৰ নগৰৰ ৰংঘৰ ৰাজহুৱা ভৱনৰ কেম্পাচত আজিৰে পৰা ৰয়েল কিটচেন নামৰ এখন আতক-ধুনীয়া ৰেষ্টুৰেণ্ট মুকলি হয়। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে পুৱা দহবজাত ফিটা কাটি ৰেষ্টুৰেণ্টখন মুকলি কৰে। ৰেষ্টুৰেণ্ট মুকলিৰ পাছতেই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰেষ্টুৰেণ্টখনত গ্ৰাহকৰ ইচ্ছা অনুসৰি পিয়ৰ ভেজ, ননভেজ, ইণ্ডিয়ান, চাইনিজ, তন্দুৰ আৰু হান্দিমটন খাদ্য সম্ভাৰ উপলব্ধ কৰিছে। আনহাতে ৰয়েল কিটচেনত পিয়ৰ ভেজ আৰু ননভেজ খাদ্য ৰন্ধনৰ ক্ষেত্ৰত সম্পুৰ্ণ সুকীয়া সুকীয়াকৈ কিটচেনৰ ব্যৱস্থা কৰিছে। গতিকে আপোনালোকৰ মৰমৰ ৰয়েল কিটচেনলৈ আহক আৰু বিভিন্ন সুস্বাদু খাদ্যৰ জুতি লওক।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale