Header Ads Widget

Responsive Advertisement

কুকুৰটোৰ সন্ধান দিয়ক, নগদ ₹2000/- টকা লাভ কৰক | Sarupathar live


সৰুপথাৰ খনিকৰৰ পৰা কুকুৰ নিৰুদ্দেশ।

সৰুপথাৰ খনিকৰৰ পৰা কুকুৰ নিৰুদ্দেশ। এটি জৰুৰী খবৰ। সৰুপথাৰ নগৰৰ খনিকৰ অঞ্চলত থকা বিপদ নাশিনী মন্দিৰৰ পৰা এটি কুকুৰ নিৰুদ্দেশ হৈছে। কুকুৰটোৰ নাম গলো। মন দি শুনিব কুকুৰটোৰ নাম গলো। কুকুৰটোৰ বৰণ বগা আৰু কুকুৰটোৰ বয়স ৭বছৰ। কোনো সদাশয় লোকে কুকুৰটোৰ সন্ধান দিব পাৰিলে নগদ দুই হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হব। যোগাযোগৰ নম্বৰ 99570 21215 । কুকুৰটি যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে।

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale