Header Ads Widget

Responsive Advertisement

সৰুপথাৰ কাজিৰঙা এগ্ৰ চাৰ্ভিছত New Holland Tractor Offer 2025/যিকোনো ব্ৰেণ্ডৰ পুৰণি ট্ৰেক্টৰ Exchange


কাজিৰঙা এগ্ৰ' চাৰ্ভিছ, নিউ হলেণ্ড ট্ৰেক্টৰ ডিলাৰ, সৰুপথাৰ।

সৰুপথাৰ অঞ্চলৰ কৃষক ৰাইজৰ একমাত্ৰ ভৰষা স্বৰূপ হৈ পৰিছে "কাজিৰঙা এগ্ৰ' চাৰ্ভিছ" নামৰ "নিউ হলেণ্ড" ট্ৰেক্টৰৰ ডিলাৰটি। সৰুপথাৰ নগৰৰ ৰেল গেটৰ সমীপত থকা এই শ্ব'ৰোমটোৰ পৰা কৃষক ৰাইজে 'নিউ হলেণ্ড ট্ৰেক্টৰৰ বহু কেইটা মডেলৰ ট্ৰেক্টৰ কিনিব পাৰিব। এই ডিলাৰটোত নিউ হলেণ্ড ট্ৰেক্টৰৰ 35ৰ পৰা 105 হৰ্চ পাৱাৰলৈকে ট্ৰেক্টৰ উপলব্ধ। আনহাতে 4Wheel, 2Wheel, কনষ্টেননেচ Gear box, 7speed PTO গিয়েৰ, ডাবল class, ইনডিপেনডেন্ট class লিভাৰ ইত্যাদি বিভিন্ন অত্যাধুনিক ফিচাৰ্চ গ্ৰাহক সকলে লাভ কৰিব। নিউ হলেণ্ড ট্ৰেক্টৰত ট্ৰেন্সমিচন অইলৰ খৰছো যথেষ্ট কম। এজন গ্ৰাহকে যদি নিউ হলেণ্ডৰ 50 HPৰ এখন ট্ৰেক্টৰ কিনে তেতিয়া মাত্ৰ 23 লিটাৰ গিয়েৰ অইলতে চলাব পাৰিব। আনহাতে এই ট্ৰেক্টৰৰ একেটা গিয়েৰ অইলে গিয়েৰ বক্স, হাইড্ৰলিক আৰু ব্ৰেগৰ কাম কৰে। কৃষক ৰাইজে এই ট্ৰেক্টৰত 6বছৰলৈকে ৱাৰেন্টি লাভ কৰিব। এইসমূহৰ উপৰিও নিউ হলেণ্ড ট্ৰেক্টৰত Front exel support, Heavy Bumperৰ সুবিধা আছে। এই ট্ৰেক্টৰত চেটল গিয়েৰো উপলব্ধ। চেটল গিয়েৰৰ জড়িয়তে তৎক্ষণাৎ এই ট্ৰেক্টৰখন আগলৈ বা পিছলৈ নিব পাৰি। আনহাতে সন্মুখৰ ফালে যাবলৈ আঠটা গিয়েৰ আৰু পিছফালে যাবলৈও আঠটা গিয়েৰ আছে। ইতিমধ্যে কাজিৰঙা এগ্ৰ' চাৰ্ভিছ নামৰ এই ডিলাৰটোৰ পৰা বহুসংখ্যক গ্ৰাহকে ট্ৰেক্টৰ ক্ৰয় কৰি উপকৃত হৈছে আৰু ডিলাৰটোৰ বিষয়ে প্ৰশংসা কৰিছে। গতিকে আপুনিও যদি কৃষি কাৰ্য সমাপন কৰিবৰ বাবে এখন ডাঙৰ ট্ৰেক্টৰ কিনাৰ কথা ভাৱিছে তেতিয়া কাজিৰঙা এগ্ৰ' চাৰ্ভিছ নামৰ এই নিউ হলেণ্ড ট্ৰেক্টৰ ডিলাৰটিলৈ আজিয়েই আহক আৰু আপোনাৰ পচন্দ অনুসৰি এখন নতুন ট্ৰেক্টৰ কিনি লৈ যাওঁক। কাজিৰঙা এগ্ৰ' চাৰ্ভিছ ট্ৰেক্ট্ৰৰৰ ডিলাৰটো সৰুপথাৰ নগৰৰ ৰেল গেটৰ সমীপতে নাওজান যোৱা পথত সোমায়েই বাঁওহাতে দেখা পাব। অধিক জানিবলৈ যোগাযোগ কৰক 9435630840 আৰু 9435051914 নম্বৰত।







 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale