Header Ads Widget

Responsive Advertisement

সৰুপথাৰত Tractor Showroom কাজিৰঙা এগ্ৰ' চাৰ্ভিছ নামেৰে মুকলি/Sarupathar new holland tractor showroom


সৰুপথাৰত কাজিৰঙা এগ্ৰ' চাৰ্ভিছ নামেৰে ট্ৰেক্টৰৰ শ্ব'ৰোম মুকলি

সৰুপথাৰ সমজিলাৰ কৃষক ৰাইজৰ বাবে ভাল খবৰ। কাৰণ আজিৰে পৰা সৰুপথাৰ নগৰত নতুনকৈ মুকলি হৈছে "কাজিৰঙা এগ্ৰ' চাৰ্ভিছ" নামেৰে এটি "নিউ হলেণ্ড" ট্ৰেক্টৰৰ শ্ব'ৰোম। সৰুপথাৰ নগৰৰ ৰেল গেটৰ সমীপত মুকলি হোৱা এই শ্ব'ৰোমটোত 'নিউ হলেণ্ড ট্ৰেক্টৰৰ কেইবাটাও মডেল উপলব্ধ কৰা হৈছে। এই ডিলাৰটোত আপোনালোকে নিউ হলেণ্ড ট্ৰেক্টৰৰ 35ৰ পৰা 105 হৰ্চ পাৱাৰলৈকে ট্ৰেক্টৰ লাভ কৰিব। লগতে 4Wheel, 2Wheel, কনষ্টেননেচ Gear box, 7speed PTO গিয়েৰ, ডাবল class, ইনডিপেনডেন্ট class লিভাৰ ইত্যাদি বিভিন্ন অত্যাধুনিক ফিচাৰ্চ লাভ কৰিব। এই ট্ৰেক্টৰত ট্ৰেন্সমিচন অইলৰ খৰছো যথেষ্ট কম। আপুমি যদি নিউ হলেণ্ডৰ এখন ট্ৰেক্টৰ কিনে তেতিয়া মাত্ৰ 23 লিটাৰ গিয়েৰ অইলতে চলাব পাৰিব। আনহাতে এই ট্ৰেক্টৰৰ একেটা গিয়েৰ অইলতে গিয়েৰ বক্স, হাইড্ৰলিক আৰু ব্ৰেগৰ কাম কৰে। কৃষক ৰাইজৰ সুবিধাৰ্থে এই ট্ৰেক্টৰত 6বছৰৰ ৱাৰেন্টিও প্ৰদান কৰা হৈছে।  এইসমূহৰ উপৰিও নিউ হলেণ্ড ট্ৰেক্টৰত Front exel support, Heavy Bumperৰ সুবিধা দিয়া হৈছে। এই ট্ৰেক্টৰত চেটল গিয়েৰৰ সুবিধাও উপলব্ধ। চেটল গিয়েৰৰ জড়িয়তে তৎক্ষণাৎ এই ট্ৰেক্টৰখন আগলৈ বা পিছলৈ নিব পাৰি। আনহাতে সন্মুখৰ ফালে যাবলৈ আঠটা গিয়েৰ আৰু পিছফালে যাবলৈও আঠটা গিয়েৰ উপলব্ধ। সেয়হে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ পচন্দ অনুযায়ী এখন নতুন ট্ৰেক্টৰ কিনি লৈ যাওঁক। আমাৰ কাজিৰঙা এগ্ৰ' চাৰ্ভিছ ট্ৰেক্ট্ৰৰৰ ডিলাৰটো সৰুপথাৰ নগৰৰ ৰেল গেটৰ সমীপতে নাওজান যোৱা পথত সোমায়েই বাঁওহাতে দেখা পাব। অধিক জানিবলৈ Call কৰক 9435630840মোবাইল নম্বৰত। ধন্যবাদ।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale