BG Scan Centre, সৰুপথাৰ
সৰুপথাৰ অঞ্চলৰ চিকিৎসাৰ ক্ষেত্ৰখনক এখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা BG Scan Centreৰ বিষয়ে আপুনি নিশ্চয় শুনিছে। সৰুপথাৰ নগৰৰ বাছ আস্থান তথা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে থকা এই BG Scan Centreত অত্যাধুনিক মেচিনৰ সহায়ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগীৰ আল্ট্ৰাচাউণ্ড কৰা হয়। লগতে ডিজিটেল ইচিজি, তেজ পৰীক্ষা আৰু সৰুপথাৰ নগৰৰ পদুমনি তিনিআলিত থকা BG Scan Centreৰ আন এটি প্ৰতিষ্ঠানত ডিজিটেল এক্সৰে কৰাৰ সুন্দৰ সুবিধা আছে। অকল এইয়াই নহয় এই প্ৰতিষ্ঠানত ৰোগীৰ সুবিধা হোৱাকৈ প্ৰতিটো বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা হৃদৰোগ বিশেষজ্ঞ ডাঃ মাধৱজ্যোতি বৰুৱাই চোৱা-চিতা কৰে। এই প্ৰতিষ্ঠানত কিডনীৰ পাথৰ, পুৰুষৰ গ্ৰন্থিৰ সমস্যা, সকলোধৰণৰ অত্যাধুনিক এণ্ডোচকপিক, আৰু লেজাৰ অস্ত্ৰোপচাৰৰ লগতে সকলোধৰণৰ মুত্ৰাশয় ৰোগ, প্ৰসাৱ জ্বলা-পোৰা, ঘনে ঘনে প্ৰসাৱ লগা, প্ৰসাৱ ধৰি ৰাখিব নোৱাৰা, প্ৰসাৱ বন্ধ হোৱা, প্ৰসাৱৰ লগত ৰক্ত যোৱা, পুৰুষ আৰু মহিলাৰ যৌনগত সমস্যা ইত্যাদি বিভিন্ন জটিল ৰোগৰ সু-চিকিৎসাৰ বাবে ডাক্তৰ বেদান্ত পাঠকে (ইউৰোলজি)সেৱা আগবঢাব । সেয়েহে এনেধৰণৰ ৰোগৰ হাত সাৰিবলৈ BG Scan Centreৰ সৈতে শীঘ্ৰেই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ- 70026 38326
0 Comments