Header Ads Widget

Responsive Advertisement

চেহেৰী আৰু ইফতাৰৰ যোগান দৰিদ্ৰ পৰিয়ালক, সৰুপথাৰ মুছলিম সমাজে | Sehri iftar news 2025

 


চেহেৰী আৰু ইফতাৰৰ যোগান দৰিদ্ৰ পৰিয়ালক, সৰুপথাৰ মুছলিম সমাজে


সৰুপথাৰ মুছলিম সমাজৰ উদ্যোগত আৰু সৰুপথাৰ টাউন জামে মছজিদ সমিতি ও ৰাইজৰ সহযোগত  ৩১ টা দৰিদ্ৰ  সীমাৰেখাৰ তলৰ পৰিয়ালক চেহেৰি আৰু ইফতাৰৰ যোগান ধৰে। চাউল, আটা, মিঠাতেল, খজুৰী, বুট, চেনি, ডাইলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰী দি দৰিদ্ৰ পৰিয়ালৰ মুখত হাহি বিৰিঙিয়াই। এনে পদক্ষেপত সৰুপথাৰ মুছলিম সমাজক সকলোৱেই প্ৰশংসা কৰিছে


Post a Comment

0 Comments

Sarupathar Live