Header Ads Widget

Responsive Advertisement

সৰুপথাৰ SM Mobile দোকানত Vivo V50 লন্স || Sarupathar SM Mobile || Vivo V50 Launch || Vivo V50 Review

সৰুপথাৰ SM Mobile দোকানত Vivo V50 লন্স

সৰুপথাৰ নগৰৰ অন্যতম মোবাইল ফোনৰ বিপণী SM Mobile দোকানত আজি সন্ধিয়া Vivo Companyয়ে নতুনকৈ উলিওৱা Vivo V50 মোবাইল ফোনটো আনুষ্ঠানিকভাৱে কেক কাটি লন্স কৰে। নতুনকৈ লন্স হোৱা মোবাইল ফোনটো দেখিবলৈ অত্যন্ত আকৰ্ষণীয়। Rose Red, Starry Night আৰু Titanium Grey এই তিনিটাকৈ আকৰ্ষণীয় কালাৰত ওলোৱা মোবাইল ফোনটোৰ মূল্য 34,999টকা 8GB+128GB, দ্বিতীয়টো 36,999টকা 8GB+256 আৰু তৃতীয়টো 40,999টকা 12GB+512GB storage capacity আগবঢ়াইছে। লগতে Vivo V50 মৰমলগা মোবাইল ফোনটোৰ লগত আছে ১বছৰৰ ৱাৰেণ্টি। গতিকে পলম নকৰি আজিয়েই আহক সৰুপথাৰ নগৰৰ মাজমজিয়াত অৱস্থিত তথা গান্ধী মূৰ্তিৰ সমীপত থকা SM Mobile নামৰ মোবাইল ফোনৰ দোকানখনলৈ আৰু কিনি লৈ যাওঁক Vivo V50 মোবাইল ফোনটো। বিভিন্ন ফাইনেঞ্চ যোগেও মোবাইল ফোনটো কিনিব পাৰিব। অত্যাধিক জানিবলৈ ফোন কৰক 9435766601 আৰু 9435766600 মোবাইল নম্বৰত।

Post a Comment

0 Comments

Sarupathar Live