Header Ads Widget

Responsive Advertisement

সৰুপথাৰৰ SHYAM BAJAJ ত আহি গল নতুন Bajaj Chetak Electric Scooter 2025 || Chetak Scooter 2025



সৰুপথাৰৰ শ্যাম বাজাজত আহি গল নতুন Bajaj Chetak Electronic Scooty


ইংৰাজী নৱবৰ্ষৰ আৰম্ভনিতেই সৰুপথাৰ শ্যাম বাজাজে গ্ৰাহকৰ বাবে লৈ আহিছে Bajaj Chetak নামৰ এখন চকুত লগা নতুন Electronic Scooty। বহুকেইটা মনোমোহা colourত উলিওৱা Scootyখন এবাৰ বেটাৰী ফুল চাৰ্জ দিলে ৭০ৰ পৰা ৮০ কি:মি: পৰ্যন্ত যাব পাৰে। সম্পুৰ্ণ মেটেলিক বডিৰে নিৰ্মিত Scootyখন সকলো ৰাস্তাৰ বাবে সুবিধাজনক আৰু এখন world top Scooty। যথেষ্ট space থকা Scootyখনৰ ডেকিৰ ক্ষমতাও ২১লিটাৰ। ইফালে শ্যাম বাজাজত আছে অত্যাধুনিক ডিজাইন সম্বলিত বহু সংখ্যক বাইক। দুচকীয়া বাহনৰ ডিলাৰটোত আপোনালোকে পাব New generation Bike NS-400, Dominar 250 আৰু Dominar 400। লগতে আছে Studentৰ মাজত অধিক popular মটৰ চাইকেল Bajajৰ New looksত N 125। যিখন বাইকত আছে Mobile Charging, Bluetooth,  Digital Meter, আৰু আপগ্ৰেড মাইলেজৰ সুবিধা। এইসমূহৰ উপৰিও সৰুপথাৰ শ্যাম বাজাজত Bajaj Companyৰ সকলো ধৰণৰ দুচকীয়া বাহন উপলব্ধ। ইফালে শ্যাম বাজাজ ডিলাৰটোত গ্ৰাহকৰ সুবিধাৰ্থে বাইক অনুযায়ী কোম্পানীৰ ফালৰ পৰা চিট কভাৰ, চিট নেট, বেক হুক, ডিচ লক আৰু হেলমেটো অফাৰ হিচাপে আগবঢ়াইছে। সৰুপথাৰ নগৰৰ দাস গেচ এজেন্সিৰ সমীপতে থকা শ্যাম বাজাজ ডিলাৰটোত প্ৰতিখন দুচকীয়া বাহন অত্যাধুনিক মেচিনৰ সহায়ত চাৰ্ভিচিং কৰাৰ আকৰ্ষণীয় সুবিধা আছে। গ্ৰাহক সকলে ইচ্ছা কৰিলে এই ডিলাৰটোৰ পৰা BAJAJ, IDFC আৰু LNT Financeৰ যোগেদিও যিকোনো দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। অধিক জানিবলৈ যোগাযোগ কৰক 7002773697 mobile নম্বৰত।

 

Post a Comment

0 Comments

Sarupathar Live