সৰুপথাৰৰ নাওজান ৩ নং নৱবেতনিত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ ৷
১০ টা চাবোনৰ বাকচত অনা সন্দেহযুক্ত 105.73 গ্ৰাম হেৰই'ন জব্দ ৷
পলায়ন কৰিবলৈ চেষ্টা কৰাত ধৰিবলৈ আৰক্ষীৰ শূন্যলৈ আৰক্ষীৰ গুলীচালনা ৷
স্থানীয় ৰাইজৰ সহযোগত গোলাঘাট আৰক্ষীয়ে নাওজান আৰক্ষীৰ সহযোগত খেদি খেদি কৰায়ত্ত কৰে ড্ৰাগছ বেপাৰীটোক ৷
AS 04 X 3287 নম্বৰৰ এখন স্কুটীত আনিছিল ড্ৰাগছখিনি ৷
0 Comments