Header Ads Widget

Responsive Advertisement

সকামৰ জলপান খাই বিষক্রিয়া হৈ বহু লোক আক্রান্ত/Sarupathar Big Breaking News Today/Today Assamese News


সৰুপথাৰত খাদ্যত বিষক্ৰিয়া।

সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাট পাঁচ ঘৰীয়া গাঁৱত সকামৰ জলপান খাই বিষক্রিয়া হৈ বহু লোক আক্রান্ত। উৰিয়ামঘাট পাঁচ ঘৰীয়া গাঁৱৰ পুস্প গগৈৰ ঘৰত শনিবাৰে  মাতৃৰ সকামত জলপান খোৱাৰ পিছতে অসুস্থ হৈ পৰে বহু লোক। জলপান খোৱা উৰিয়ামঘাট, পাঁচঘৰীয়া, নাওজানৰ কৈৰিগাও, বৰপথাৰ, দয়ালপুৰ, তুৰুংগাঁও, আদি বিভিন্ন গাঁৱৰ লোক তথা আত্মীয় স্বজন আক্রান্ত হৈছে। 
সকামত জলপান খোৱা প্ৰায় সংখ্যক লোক শৌচ, বমি, পেটৰ বিষ, মুৰৰ বিষ আদি ৰোগত আক্রান্ত হৈ বৰ্তমান সৰুপথাৰ সমূহীয়া চিকিৎসালয়, উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে। সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্রত বৰ্তমান লৈকে ২২ গৰাকী চিকিৎসাধীন হৈ আছে। স্থানীয় ৰাইজৰমতে সকামৰ জলপান হিচাপে দৈ, চিৰা, ক্ৰীম, আদি খাইছিল বুলি জনাইছে ভুক্তভোগীয়ে৷


 

Post a Comment

0 Comments

Sarupathar Live