Header Ads Widget

Responsive Advertisement

Sarupathar bjp news


প্ৰধানমন্ত্ৰীৰ জনসভাত ভাগ লবলৈ সাজু হৈছে সৰুপথাৰ বিজেপিৰ লোক।

প্ৰধানমন্ত্ৰীৰ জনসভাত ভাগ লবলৈ সাজু হৈছে সৰুপথাৰ বিজেপিৰ লোক। ইতিমধ্যে সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়ামত সাজু হৈছে ২৫০খনতকৈও অধিক বাছ। সৰুপথাৰ সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা অনা হৈছে বাছসমূহ। জানিব পৰা মতে সৰুপথাৰ সমষ্টিৰ পৰা সাত হাজাৰতকৈও অধিক লোকে প্ৰধানমন্ত্ৰীৰ জনসভালৈ বুলি যাব। কালিলৈ পুৱা সাত বজাব সৰুপথাৰৰ পৰা ৰাওনা হব।


 

Post a Comment

0 Comments

Sarupathar Live