Header Ads Widget

Responsive Advertisement

Sarupathar bjp office opening 2023


✍️সৰুপথাৰত মণ্ডল বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় মুকলি।

✍️বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে।

✍️সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত সৰুপথাৰ নাহৰণিত আটক=ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে মণ্ডল কাৰ্যালয়টো।

✍️উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়কৰ লগতে বিত্ত মন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিজেপিৰ ৰাজ্যিক সাগঠনিক সম্পাদক ফণীধৰ শৰ্মা, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু বিজেপিৰ বিভিন্ন দলীয় কৰ্মচাৰীসকল উপস্থিত থাকে।

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale