Header Ads Widget

Responsive Advertisement

Ahsec result news 2023



বৰপথাৰ অঞ্জলি বৰবৰা একাডেমিলৈ সু-নাম কঢ়িয়ালে সাগৰিকা মেচে

উচ্চতৰ মাধ্যমিকৰ ফলাফলত সু=নাম কঢ়িয়ালে সৰুপথাৰ প্ৰেমহৰা গাঁওৰ বাসিন্দা বিনোদ মেচ আৰু দেৱযানী মেচৰ কন্যা সাগৰিকা মেচে। কোনোধৰণৰ প্ৰাইভেট টিউচন নোলোৱাকৈ কেৱল বিদ্যালয়ত পঢ়োৱা প্ৰতিটো বিষয় মনোযোগেৰে অধ্যয়ণ কৰি গৈছিল। সাগৰিকাই ৯২.৪ শতাংশ নম্বৰেৰে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ সৰ্বমুঠ ৪৬২ নম্বৰ পাবলৈ সক্ষম হৈছে। ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ সপোন দেখা সাগৰিকাৰ সফলতাত পিতৃ=মাতৃৰ লগতে আনন্দিত হৈ  পৰিছে বিদ্যালয়খনৰ শিক্ষক=শিক্ষয়িত্ৰী।

Post a Comment

0 Comments

Sarupathar Live