পদপথত চানা বিক্ৰী কৰা মহেশৰ পুত্ৰ বিকাশে লাভ কৰিলে ৬টাত লেটাৰ।
পিতৃ=মাতৃৰ কঠোৰ সংগ্ৰামত জিলিকিল বিকাশ।
সৰুপথাৰ দয়ানন্দ বিদ্যা নিকেতনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ৯২.১শতাংশ নম্বৰেৰে উজ্বলিল বিকাশ।
বিকাশৰ সফলতাত গৌৰাম্বিত হৈ পিতৃ=মাতৃৰ লগতে দয়ানন্দ বিদ্যা নিকেতনৰ শিক্ষক=শিক্ষয়িত্ৰী
0 Comments