Header Ads Widget

Responsive Advertisement

Sarupathar podumani news



 সৰুপথাৰ নগৰৰ সকলোধৰণৰ জাবৰ=যোথৰ পেলোৱা পদুমণি স্থিত ডাম্পিং গ্ৰাউণ্ডত বৃহস্পতিবাৰে গধুলিৰ পৰা বৰ্তমান সময়লৈকে পুনৰ এক অগ্নিকাণ্ড সংঘটিত হৈছে। ইয়াৰ আগতেও এই সপ্তাহটোতে যোৱা ৩ফেব্ৰুৱাৰী আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে এই ডাম্পিং গ্ৰাউণ্ডত অগ্নিকাণ্ড সংঘটিত হৈছিল। সৰুপথাৰ পৌৰসভাৰ পৌৰপতি উষা আগৰৱালাই জনোৱামতে ইতিমধ্যে এই জুই নিৰ্বাপন কৰিবৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ সহায় লৈছে। তেখেতে এই অগ্নিকাণ্ডৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰি কয় জাবৰ=যোথৰৰ পৰা গেচ নিৰ্গত হৈ জুইৰ সৃষ্টি হৈও অগ্নিকাণ্ড হব পাৰে নতুবা কোনোবা দুষ্কৃতীকাৰীয়ে এই কাম সঘনাই কৰিছে। ইতিমধ্যে সম্পুৰ্ণ বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ সৰুপথাৰ পৌৰসভাই ব্যৱস্থা হাতত লৈছে।


Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale