Header Ads Widget

Responsive Advertisement

Anukul chandra dev 135th birth anniversary



 সৰুপথাৰ সৎসঙ্গ বিহাৰত অতি উলহ-মালহেৰে দেওবাৰে শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰ দেৱৰ ১৩৫সংখ্যক জন্ম উৎসৱ আৰু মন্দিৰৰ দশম সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা মহোৎসৱ উদযাপন কৰে। সেই উপলক্ষে পৰম পূজ্য পাদ শ্ৰীশ্ৰী আচাৰ্যদেৱ আৰু পূজ্যপাদ ৰিংকি দাদাৰ আশীৰ্বাদেৰে সৰুপথাৰ সৎসঙ্গ বিহাৰ প্ৰাঙ্গনত এক বিশাল সমাৰোহৰ আয়োজন কৰে। এই অনুষ্ঠানতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মিলি এক বিশাল সাংস্কৃতিক শুভাযাত্ৰাও কৰে। মনুষ্য জীৱন সাৰ্থক কৰাৰ মানসেৰে সকলো একত্ৰিত হৈ এই অনুষ্ঠানৰ জৰিয়তে শ্ৰীপাদ পদ্মত একাজলী অঞ্জলি দিয়ে।


Post a Comment

0 Comments

Sarupathar Live