Header Ads Widget

Responsive Advertisement

সৰুপথাৰৰ টেঙানীত লাচিত দিৱস উদযাপন || Lachit Divas 2025 || Lachit Borphukan Birth Anniversary 2025


সৰুপথাৰৰ টেঙানীত লাচিত দিৱস উদযাপন 


সৰুপথাৰৰ টেঙানীত লাচিত দিৱস উদযাপন । আজি লাচিত দিৱস উপলক্ষে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানী দিঘলী মাজগাৱত ভাস্কৰজ্যোতি যুৱ সংঘৰ উদ্যোগত লাচিত দিৱস উপলক্ষে টেঙানী অঞ্চলটোৰ পৰা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীর্ণ হোৱা কেইবাগৰাকীও যুৱকৰ লগতে বহুকেইজন  সম্বৰ্ধনা জনাই ।


অনুস্থানত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্থানীয় শিক্ষক মন্টু মৰাঙে জুবিন গাৰ্গ স্মৃতিত অনুষ্ঠানটিলৈ আগবঢ়োৱা ১০ টা নাহৰপুলি ৰোপন কৰে।

অনুস্থানত শিক্ষাবিদ হেম ফুকন বিশিস্ট অতিথি হিচাপে উপস্থিত থাকি বক্তৱ্য ৰাখে ।অনুস্থানত বৃক্ষৰূপক হিচাপে উপস্থিত থাকে শিক্ষক মন্টু মৰাং, বদন শইকীয়াৰ লগতে অঞ্চলটোৰ আন ভালে কেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে ।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale