Header Ads Widget

Responsive Advertisement



কেনেকৈ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল



১২ এপ্ৰিল তাৰিখে  জম্মু কাশ্মীৰৰ ড'দা/কিষ্টৱাৰ (Doda/Kishtwar) জিলাৰ নিৰ্দিষ্ট লক্ষ্য স্থানত তালাচী অভিযানত ৩ টাকৈ পেৰা ৰেজিমেণ্টৰ দলে (Squad) চলাইছিল এক অভিযান। সেই অভিযানকাৰী দলটোত আছিল সৰুপথাৰৰ এজন সেনা জোৱান তীৰ্থ তুৰুং (৩১)। 


আন জোৱানৰ সৈতে ১২ এপ্ৰিলৰ দিনা দায়িত্ব পালন কৰি আছিল সৰুপথাৰৰ তুৰুং গাঁৱৰ ৩১ বছৰীয়া যুৱক তীৰ্থই। সন্ত্ৰাসবাদীৰ সৈতে  জম্মু কাশ্মীৰৰ ড'দা/কিষ্টৱাৰ (Doda/Kishtwar) জিলাত পেৰা ৰেজিমেণ্টৰ সৈতে সংঘটিত হৈছিল সংঘৰ্ষ। দেশৰ বাবে সন্ত্ৰাসবাদীৰ সৈতে যুঁজি প্ৰাণ দিবলৈয়ো সাজো জোৱানজন। 


সৰুপথাৰৰ তুৰুং গাৱঁৰ পেৰা ৰেজিমেণ্টৰ জোৱান শ্ৰী তীৰ্থ তুৰুং (31) জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে সন্মুখ সমৰত আঘাতপ্ৰাপ্ত হয়। আজি তীৰ্থ তুৰুঙে স্বগৃহলৈ আহি উপস্থিত হৈছেহি। পুৱা সৰুপথাৰ ৰেলৱে ষ্টেচনত তুৰুং গাৱঁৰ ৰাইজ আৰু শুভাকাংক্ষীয়ে বীৰ জোৱানক আদৰণি জনায়।

 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale