Header Ads Widget

Responsive Advertisement

আমৃতিৰ জুতি লওক, হোটেল ভৰলক্ষীত বৰপথাৰ হনুমান মন্দিৰৰ সন্মুখত | Barpathar Amti News | Barpathar news


পূজাৰ বতৰত মিঠাইৰ সোৱাদ লওক বৰপথাৰ নগৰৰ হোটেল ভৰলক্ষীত।

পূজা বুলিলেই বিভিন্ন সুস্বাদু মিঠাইৰে ভৰি পৰে হোটেল সমূহ। বৰপথাৰ নগৰৰ হোটেল ভৰলক্ষীয়েও শাৰদীয় দূৰ্গা পূজাত ৰাইজক মিঠাইৰ সোৱাদ বিলাবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে। নানান ধৰণৰ মিঠাইৰে হোটেল ভৰলক্ষীক জাকত জিলিকা কৰি তুলিছে। আনহাতে এই হোটেলত পূজা Special হিচাপে আমিতি বনোৱাত ব্যস্ত হৈ পৰিছে সকলো কৰ্মচাৰী। দূৰ্গা পূজালৈ এতিয়াও মাজত কেইটামান দিন বাকী আছে যদিও এতিয়াই হোটেলখনত গ্ৰাহকে সুন্দৰ সহাৰি দিছে আৰু মহালয়াৰ দিনৰ পৰাই দৈনিক ৮০কেজিৰ পৰা ডেৰ কুইণ্টল পৰ্যন্ত আমিতি বিক্ৰী কৰিছে। গতিকে হোটেল ভৰলক্ষীলৈ আপুনিও আহি সুস্বাদু মিঠাইৰ জুতি লব পাৰে। পূজাৰ বতৰত আপোনজনৰ সৈতে মিঠাই খোৱাৰ আনন্দই বেলেগ। গতিকে বৰপথাৰ নগৰৰ হনুমান মন্দিৰৰ সন্মুখত থকা হোটেল ভৰলক্ষীলৈ আহক আৰু আমিতি নতুবা বিভিন্ন মিঠাইৰ সোৱাদ লোৱাৰ লগতে ঘৰলৈ লৈ যাওক মিঠাইৰ টোপোলা। যোগাযোগৰ ঠিকনা: হোটেল ভৰলক্ষী। বৰপথাৰ নগৰ। হনুমান মন্দিৰৰ সন্মুখত


 

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024