Header Ads Widget

Responsive Advertisement

নাওজান বিলপথাৰত এটি কেৰ্কেটুৱাৰ বাবে 11kb voltৰ তাৰ চিঙি,ফ্ৰিজ,ফেন,টিভি অনিষ্ট | Today Assamese News


নাওজানৰ বিলপথাৰ গাঁওত পুৱা চাৰিমান বজাত পথৰ কাষৰ বিদ্যুতৰ খুটাত চৰ্ত চাৰ্কিত হোৱাৰ ফলত বহু লোকৰ ঘৰৰ যথেষ্ট সংখ্যক বৈদ্যুতিক সামগ্ৰীৰ অনিষ্ট সাধন ঘটে। স্থানীয় ৰাইজে জনোৱা মতে এটি কেৰ্কেটুৱাৰ বাবেই 11kb voltৰ তাৰ চিঙি 220 তাৰত পৰে। যাৰবাবে ঘৰুৱা সংযোগী কাৰেণ্টত অত্যাধিক ভল্টেজ বৃদ্ধি পায় আৰু বহু লোকৰ ঘৰৰ মিটাৰ জ্বলি যোৱাৰ লগতে লাইটৰ বাল্ব বিলাক ফুতি যায় আৰু ফ্ৰিজ, ফেন, টিভি ইত্যাদি সামগ্ৰী সমূহ অনিষ্ট সাধন হয়। এই চৰ্ত চাৰ্কিটৰ ফলত নাওজান বিলপথাৰ স্থিত এটি মছজিদ আৰু অলিম্পিক ইংলিছ হাইস্কুলৰো বহু সংখ্যক ফেন আৰু লাইটৰ বাল্ব অনিষ্ট হয়। উক্ত ঘটনাতে ৰেছমা বেগম নামৰ এগৰাকী মহিলাও আঘাতপ্ৰাপ্ত হয়। নাওজানৰ উক্ত পথছোৱাত 11kb আৰু 220 লাইনৰ বিদ্যুৎ পৰিবাহী তাৰ সমূহ যিহেতু একেটা খুটাতে সামান্য দুৰত্বত আছে গতিকে স্থানীয় ৰাইজে সেই ঘৰুৱা লাইনৰ তাৰ সমূহৰ ঠাইত কেবুল দিবলৈ নতুবা দুয়োটা লাইন সুকীয়া কৰি দিবলৈ বিদ্যুৎ বিভাগৰ ওচৰত অনুৰোধ জনা

 

Post a Comment

0 Comments

Sarupathar Live