Header Ads Widget

Responsive Advertisement

Manoj Kumar Goswami


আহোম জনগোষ্ঠীৰ ওপৰত অপমানসুচক মন্তব্য কৰা সাংবাদিক মনোজ কুমাৰ গোস্বামীক টাই আহোম যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিৰ সকিয়নী। শুক্ৰবাৰে সন্ধিয়া টাই আহোম যুৱ পৰিষদে সৰুপথাৰ নগৰৰ মাজমজিয়াত সাংবাদিক গৰাকীৰ জুমুঠি দাহ কৰি সকিয়নী প্ৰদান কৰে। ৬০০বছৰ ৰাজত্ব কৰা জনগোষ্ঠীটোৰ ওপৰত ভৱিষ্যতে এনেধৰণৰ মন্তব্য কৰাৰ পৰা দুৰৈত থাকিবলৈ কয়। লগতে অসম চৰকাৰে মনোজ কুমাৰ গোস্বামীক শীঘ্ৰে কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ ধনশিৰি টাই আহোম যুৱ পৰিষদে দাবী জনাই।

 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale