সন্ধানহীন কুকুৰ উদ্ধাৰ।
সৰুপথাৰ খনিকৰৰ পৰা নিৰুদ্দেশ হোৱা কুকুৰটো উদ্ধাৰ। সৰুপথাৰ Liveত সন্ধানহীনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই উদ্ধাৰ হল কুকুৰটো। খনিকৰ অঞ্চলত থকা বিপদ নাশিনী মন্দিৰৰ পৰা নিৰুদ্দেশ হৈছিল গলো নামৰ কুকুৰটো।
সৰুপথাৰত অনুষ্ঠিত হব Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale সৰু…
0 Comments