Header Ads Widget

Responsive Advertisement

Sarupathar diljan news


 বাপ্তিষ্ট মণ্ডলীৰ শতবাৰ্ষিকী অনুষ্ঠানত উখলমাখল পৰিৱেশ। তিনিদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে শতবৰ্ষ গৰকা দিলজান বাপ্টিষ্ট মণ্ডলীত আয়োজন কৰিলে শতবাৰ্ষিকী জয়ন্তী মহোৎসৱ। অনুষ্ঠানত পতাকা উত্তোল, স্মৃতি সৌধ উন্মোচন, সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু সমূহীয়া প্ৰাৰ্থনা ইত্যাদি বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰে। ১৯২৪চনত প্ৰতিষ্ঠা হোৱা দিলজান বাপ্টিষ্ট মণ্ডলীৰ বাকৰিত অনুষ্ঠিত শতবৰ্ষ জয়ন্তী মহোৎসৱত অগণন লোকেৰে ভৰি পৰি। অনুষ্ঠানৰ জড়িয়তে সমাজৰ সকলো অপায় অমঙ্গল দুৰ কৰি সকলোৱে যাতে শান্তি সম্প্ৰীতিৰ মাজেৰে জাতি=বৰ্ণ=ধৰ্ম নিৰ্বিশেষে তথা  ভাতৃত্ববোধৰ মাজেৰে জীয়াই থাকিব পাৰে তাৰ বাবে ভগৱান যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা জনাই।

 

Post a Comment

0 Comments

Sarupathar Live