Header Ads Widget

Responsive Advertisement

Sarupathar lions club


সৰুপথাৰ লায়ন্স ক্লাবৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ।

দেওবাৰে সৰুপথাৰ লায়ন্স ক্লাবৰ উদ্যোগত সৰুপথাৰ হনুমান মন্দিৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰে। যোৰহাট চকু চিকিৎসালয়ৰ পৰা অহা চকু চিকিৎসকৰ উপস্থিতিত সৰুপথাৰ অঞ্চলৰ প্ৰায় তিনি শতাধিক লোকে চকু পৰীক্ষা কৰে। ২০০৩চনৰ পৰা ধাৰাবাহিকভাৱে লায়ন্স ক্লাবে প্ৰতি বছৰেই এবাৰ বা দুবাৰকৈ এনেদৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰি ৰাইজক সেৱা আগবঢ়াই আহিছে।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale