Header Ads Widget

Responsive Advertisement

APSC Result News 2024


APSC পৰীক্ষাত নাম উজ্বলিল নাওজানৰ ৰমেন দত্তৰ

APSCপৰীক্ষাত জিলিকিল নাওজানৰ ৰমেন দত্ত। ধনশিৰি মহকুমাৰ নাওজান অঞ্চলৰ মহেন্দ্ৰ দত্ত আৰু কণিকা দত্তৰ পুত্ৰ ৰমেন দত্তই প্ৰথমবাৰতেই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে। ৰমেন দত্তই ইয়াৰ আগতে এজনে সেনা বিষয়া আছিল। কিন্তু এটি দুৰ্ঘটনাত পতিত হৈ আঘাত পোৱাত সেনাৰ চাকৰি এৰি আহিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত নিজকে নিজকে সাহসী কৰি APSC পৰীক্ষা দিবলৈ প্ৰস্তুত কৰে। আৰু আজি তেওঁৰ কষ্ট সাৰ্থক হোৱাৰ লগতে সমগ্ৰ ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ৰমেনে এজন খণ্ড উন্নয়ন বিষয়া হিচাবে নিযুক্তি লাভ কৰিছে।


 

Post a Comment

0 Comments

Sarupathar Live