Header Ads Widget

Responsive Advertisement

Barpathar big breaking news 2023



অৱশেষত কৰায়ত্ব কৰিলে সৰুপথাৰ টেঙাহোলা লতাজুৰি গাৱৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড জিতেন মুৰ্মূক 

সৰুপথাৰ ২নং পদুমণি গাৱৰ মোচাৰফ উৰফে দীপক নামৰ লোকজনক জিতেন মুৰ্মূয়ে ডিঙি কাটি হত্যা কৰি বস্তাৰে মেৰিয়াই পথাৰৰ মাজত পুখুৰীত পেলায় থৈছিল

জিতেন মুৰ্মূৰ ঘৰ সৰুপথাৰ ১নং পদুমণিৰ মাঝি গাৱত বুলি জানিব পৰা গৈছে

জিতেন মুৰ্মূক বৰ্তমান বৰপথাৰ আৰক্ষীয়ে সুধা-পোছা অব্যাহত ৰাখিছে। তেওঁৰ লগত আন কোন কোন ব্যক্তি জড়িত হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই

কিয় ডিঙি কাটি হত্যা কৰিবলগীয়া হ'ল মোচাৰফ উৰফে দীপকক সেয়া বৰপথাৰ আৰক্ষীয়ে সুধা-পোছা অব্যাহত ৰাখিছে

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale