সৰুপথাৰৰ উৰিয়ামঘাটৰ ফৰেষ্ট তিনিআলিত অঘটন ৷
নিজ বন্দুকৰ গুলীত নিহত এজন চিআৰপিএফ জোৱান ৷
মৃত জোৱানজনৰ নাম গোলাব হুচেইন ৷
গোলাব হুচেইন উৰিয়ামঘাটস্থিত চিআৰপিএফ ৰ ১৪২ বাহিনীৰ জোৱান আছিল ৷
কৰ্তব্যৰ পৰা কেম্পলৈ আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত ৷
সৰুপথাৰত অনুষ্ঠিত হব Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale সৰু…
0 Comments