Header Ads Widget

Responsive Advertisement

Blood donation camp



সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৰক্তদান শিবিৰ


সৰুপথাৰ উপজিলা প্ৰশাসন আৰু সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত তথা গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগৰ সহযোগত দেওবাৰে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আয়ুষ্মান ভৱ অভিযানৰ অন্তৰ্গত সেৱা পখৱাৰা তথা বিশ্ব ৰক্তদান দিৱস উপলক্ষে এক ৰক্তদান শিৱিৰৰ অনুষ্ঠিত কৰে। উক্ত শিবিৰত এখনি সভা অনুষ্ঠিত কৰি ৰক্তদান সন্দৰ্ভত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকলে যথেষ্ট সংখ্যক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদানেৰে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰে। ৰক্তদান শিবিৰ অনুষ্ঠানটোত ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক লোকে ৰক্তদান কৰে।

 

Post a Comment

0 Comments

Sarupathar Live