Header Ads Widget

Responsive Advertisement

Negro kobita

 


সৰুপথাৰত "১০০ বছৰৰ শ্ৰেষ্ঠ নিগ্ৰো কবিতা" শীৰ্ষক কাব্য গ্ৰন্থ উন্মোচন।


সৰুপথাৰ নগৰৰ মাংগীলাল বাগাৰীয়া স্মৃতি ভৱন প্ৰাঙ্গনত সৰুপথাৰ শাখা সাহিত্য সভাৰ উদ্যোগত মঙ্গলবাৰে লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাৰ ৭০সংখ্যক জন্ম দিৱস উদযাপন কৰা হয়। সৰুপথাৰ শাখা সাহিত্য সভাৰ সম্পাদিকা নৱমী চুতীয়া আঁত ধৰা আৰু সভাপতি ৰঞ্জন মহন্তই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাত বন্ধুৰ আমন্ত্ৰণ ক্ৰমে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জন কুমাৰ ফুকন উপস্থিত হয় আৰু ধৰ্মেশ্বৰ দুৱৰাৰ "১০০ বছৰৰ শ্ৰেষ্ঠ নিগ্ৰো কবিতা" শীৰ্ষক অনুবাদ কাব্য গ্ৰন্থখনি উন্মোচন কৰে। তেখেতৰ ওপজা দিনত বহুতো জেষ্ঠ=কনিষ্ঠ শুভাকাংক্ষী তথা আত্মীয় উপস্থিত হৈ মৰমেৰে ওপচাই তোলে।

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024