সৰুপথাৰত যোৱা নিশা চুৰি কাণ্ড।
✍️চতিয়ণি সাৰ্বজনীন দূৰ্গা পূজা মন্দপত ৰাতি তিনি চুৰে চলালে চাফাই অভিযান।
✍️নিশা ১মান বজাত মণ্ডপৰ দানপাত্ৰ ভাঙি লুটিলে ধন।
✍️আঠদিন ধৰি ৰথযাত্ৰাৰ জগন্নাথ নাম কিৰ্তন চলি আছিল পূজা মণ্ডপটোত।
✍️দৈনিক তিনিশ চাৰিশ ভক্তই দানপাত্ৰত আগবঢ়াইছিল প্ৰণামি।
✍️চুৰে দানপাত্ৰটো উদং কৰি লৈ গল সকলো পইছা। কেৱল খুচুৰা পইছা কেইটামানহে এৰি থৈ যায়।
✍️পিছে চুৰৰ কপাল বেয়া আছিল। পলাবলৈ লওতেই স্থানীয় ৰাইজৰ চকুত পৰিল।
✍️শেষত তিনিওটা চুৰকে স্থানীয় ৰাইজে ধৰি সৰুপথাৰ আৰক্ষীক চমজাই দিয়ে।
0 Comments