Header Ads Widget

Responsive Advertisement

Sarupathar no 02 gaon news


এজন লোকে তামোল গছত বান্দৰৰ দৰে জপিয়াইছে।

এজন লোকে ২০/৩০ফুট উচ্চতাৰ তামোল গছত বগাই ওপৰতে এজোপা তামোল গছৰ পৰা আন এজোপা তামোল গছলৈ জপিয়াই জপিয়াই তামোল পাৰিছে। সৰুপথাৰ অঞ্চলৰ ২নং সৰুপথাৰ গাঁওৰ নাৰায়ণ শীল নামৰ এজন লোকে এনেদৰেই তামোল গছত বগাই বান্দৰৰ দৰে আলাসতে ইজোপা গছৰ পৰা সিজপো গছলৈ বগাই বগাই তামোল পাৰি নিজৰ পৰিয়াল চলাইছে। তেঁও জনোৱা মতে পঞ্চম মান শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই তেঁও তামোল পৰা এই কৌশল এজন সম্বন্ধীয় ককায়েকৰ পৰা শিকিছিল। এটা চিজনত তেঁও দৈনিক কমেও ৩৫ কুইণ্টল তামোল পাৰি পৰিয়াল পোহপাল দি আহিছে। নাৰায়ণ শীলৰ বৰ্তমান বয়স ৪৪বছৰ।

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024