Header Ads Widget

Responsive Advertisement

Assamese marriage news 2023



 এযোৰ-দুযোৰ নহয়, বিয়াত বহিল ১৬ যোৰ দৰা-কইনা

এখন ব্যতিক্ৰমী বিয়া।পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ লগতে আৰতিৰ উৰুলিয়ে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বিয়া স্থলী। ধৰ্মীয় ৰীতি নীতি অনুসৰি চলিছে হোম যজ্ঞ ।এযোৰ-দুযোৰ নহয়, বিয়াত বহিছে ১৬ যোৰ দৰা-কইনা । 

 গোলাঘাট জিলা সৰুপথাৰৰ অন্তৰ্গত বাৰঘৰীয়াত ১৬ যোৰ দৰা-কইনা  বিবাহ পাশত আবদ্ধ হৈছে । বৈদিক ৰীতি নীতি আৰু পুৰোহিতৰ  মন্ত্ৰ উচ্চাৰণে সম্পন্ন হৈ এই বিবাহ । বাৰঘৰীয়াৰ শ্ৰী শ্ৰী বুঢ়া নামঘৰত আয়োজন কৰা হৈছে বিবাহ । অগ্নিক সাক্ষী কৰি ওৰেটো জীৱন হাতে হাত ধৰি সুন্দৰ জীৱন গঢ়াৰ সংকল্প লৈছে এই সকল দৰা -কইনাই। সমূহীয়া এই বিবাহ ক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সৰুপথাৰৰ বাৰঘৰীয়াত।


Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024