Header Ads Widget

Responsive Advertisement

Suvi Dental Clinic




 সৰুপথাৰবাসীৰ বাবে সু-খবৰ। সৰুপথাৰত নতুনকৈ মুকলি হল সুভি ডেন্টেল ক্লিনিক।


সৰুপথাৰবাসী ৰাইজৰ বাবে সু=খবৰ। সৰুপথাৰবাসীৰ বাবে দন্ত চিকিৎসাৰ ক্ষেত্ৰত এটা বহুদিনীয়া অভাৱ দুৰ হল। সৰুপথাৰ নগৰত নতুনকৈ মুকলি হল এখন ডেন্টেল ক্লিনিক। সৰুপথাৰ নগৰৰ ৰেলৱে ক্ৰচিংৰ সমীপত তথা সৰুপথাৰ নগাজৰি পথত সুভী ডেন্টেল ক্লিনিক নামেৰে শুভাৰম্ভ কৰা এই দাঁতৰ চিকিৎসা কেন্দ্ৰটিত শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকৰ দাঁতৰ চিকিৎসা কৰা হয়। বাংগালোৰত BDS কৰি অহা অভিজ্ঞ চিকিৎসক তথা ডেন্টেল চাৰ্জন ডাক্টৰ পূজা নাগে মুকলি কৰা এই দাঁতৰ চিকিৎসা কেন্দ্ৰটিত অত্যাধুনিক মেচিনৰ সহায়ত ডেন্টেল চেকআপ, ডেন্টেল এক্সৰে, দাঁত লগোৱা, দাঁত উঠোৱা, দাঁতৰ গুৰিৰ খালী ঠাই ফিলআপ কৰা, দাঁতৰ কেপিং, দাঁতৰ ব্ৰীজিং, টুথ ভেনিয়াৰ, প্ৰসাধন দন্ত চিকিৎসা, শিশুৰ দন্ত চিকিৎসা, গুমৰ চিকিৎসা, পোষ্ট আৰু কোৰ বিল্ডআপ, দাঁত বগা হোৱা/ব্লিচিং কৰা, মৌখিক স্বাস্থ্যৰ পৰামৰ্শ, কৃত্ৰিম দাঁত লগোৱা ইত্যাদি চিকিৎসা কৰা হয়। এই দাঁত চিকিৎসা কেন্দ্ৰটিত ডাক্টৰ পূজা নাগ থকাৰ লগতে কিছু কিছু গুৰুত্বপূৰ্ণ চিকিৎসাৰ ক্ষেত্ৰত বাহিৰৰ পৰা দন্ত চিকিৎসক অনাৰো ব্যৱস্থা কৰিছে। সুভী ডেন্টেল ক্লিনিকখন প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৯:৩০বজাৰ পৰা দুপৰীয়া ১বজালৈ আৰু বিয়লি ৪বজাৰ পৰা সন্ধিয়া ৮বজালৈ খোলা থাকিব। দাঁতৰ ৰোগীসকলে চিকিৎসাৰ ক্ষেত্ৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ 6000379049 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। ঠিকনাটো আকৌ কৈ দিছো। সুভী ডেন্টেল ক্লিনিক, সৰুপথাৰ টাউন, ৰেলৱে ক্ৰচিংৰ সমীপত তথা সৰুপথাৰ ৰেলৱে ক্ৰচিঙৰ পৰা বাঁওহাতে নগাজৰি যোৱা পথত অৱস্থিত।

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024