Header Ads Widget

Responsive Advertisement

Sarupathar Railway Eviction News 2023




 সৰুপথাৰত হব উন্নয়ন,হব আদৰ্শ ৰেলৱে ষ্টেচন । সেইবাবে,ৰেলৱে ভূমি দখল কৰি থকা ব্যক্তিসকলক জাননী প্ৰেৰণ কৰি আজিৰ পৰা চলিছে উচ্ছেদ অভিযান। চাৰি খন জে চি বি ৰে প্ৰশাসন আৰু ৰেলৱে মিলি এই উচ্ছেদ অভিযান চলাইছে। 

 সৰুপথাৰ নগৰৰ ৰেলৱে ভূমিত যুগ যুগ ধৰি ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলৰ দোকান সমূহ ভাঙি পেলোৱাত শোকত ভাঙি পৰিছে ব্যৱসায়ীসকল। যুগ যুগ ধৰি ৰেলৱে ভূমিত দোকান দি পৰিয়াল পোহ=পাল দি আছিল ব্যৱসায়ী সকলে। 

। বহুলোকে সেই স্থানত নিজৰ শৈশৱ পাৰ কৰিছিল। এতিয়া ৰেলৱে বিভাগৰ উন্নয়ৰ স্বাৰ্থত সেই মধুৰ স্মৃতি জড়িত স্থান খালী কৰিব লগা হোৱাত শোকত ভাঙি পৰিছে। পোৱা ১০.৩০ পৰা চলিছে  উচ্ছেদ অভিযান। 

আচলতে, বহু স্মৃতি বিজড়িত  হৈ থকা ব্যৱসায়ী প্রতিষ্ঠানৰ গৰাকীসমূ দুখত ভাগি পৰা দেখা গৈছে 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale