★ পথৰ কাষৰ এখন পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ এটি ১০ দিনীয়া নৱজাতক ।
★বৰষুণত তিতি থকা অৱস্থাত এগৰাকী শিক্ষয়িত্ৰীয়ে দেখা পাই নৱজাতকটোক ।
#দেখা পাই ওচৰ চুবুৰীয়াক খবৰ দি জীৱিত অৱস্থাত উদ্ধাৰ কৰে নবজাতকটোক ।
★ঘটনাস্থলীত উৰিয়ামঘাট আৰক্ষী উপস্থিত হৈ নৱজাতকটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
★ ১০ দিনীয়া নৱজাতকটোক মাতৃয়ে কিয় এনেদৰে পথৰ কাষত পেলাই থৈ গল সেয়া জানিব পৰা হোৱা নাই ।
0 Comments