Header Ads Widget

Responsive Advertisement

Sarupathar dog news 2023




সৰুপথাৰ নগৰৰ পৰা এজনী গ্ৰেচি নামৰ কুকুৰ সন্ধানহীন হৈছে। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে কুকুৰ জনী। কুকুৰ জনীৰ নাম গ্ৰেচি। গ্ৰেচি বৰ মৰমীয়াল আছিল। তাইৰ ওজন ৩০কেজি, আৰু বৰণ সোণালী। গ্ৰেচিৰ বয়স ৬বছৰ। মালিকৰ বৰ মৰমৰ আছিল তাই। তাই নোহোৱাত দুখত ভাঙি পৰিছে মালিকজন। সেয়েহে গ্ৰেচিক যদি কোনোবাই ধৰি বান্ধি থৈছে মোকলাই দিবলৈ অনুৰোধ জনাইছে। কোনো সদাশয় লোকে সোণালী বৰণৰ মৰমীয়াল কুকুৰ জনীৰ সন্ধান পালে খবৰ দিবলৈ কৰযোৰে অনুৰোধ কৰিছে গ্ৰেচি নামৰ কুকুৰজনীৰ মালিকে। ইয়াৰ উপৰিও কুকুৰ জনীৰ সন্ধান দিব পাৰিলে মালিকে নগদ ৫০০০ (পাঁচ হেজাৰ) টকাৰ পুৰস্কাৰ আগবঢ়াব। সেয়েহে কোনো সদাশয় লোকে কুকুৰজনীৰ সন্ধান পালে 9954588410 আৰু 8471982410 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

Post a Comment

0 Comments

Sarupathar Live