Header Ads Widget

Responsive Advertisement

সৰুপথাৰত পথ দু*ৰ্ঘ*ট*না | Sarupathar Breaking News 2025 | Today Assamese News | News Update | News

সৰুপথাৰত পথ দূৰ্ঘটনা

সৰুপথাৰত পথ দুৰ্ঘটনা। সৰুপথাৰ নগৰৰ দাস গেচ এজেঞ্চিৰ সমীপত প্ৰায় ১:৩০বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। AS05 AC 2151 নম্বৰৰ এখন দহ চকীয়া ডাম্পাৰ আৰু AS05W 9261 নম্বৰৰ এখন বাজাজ পালচাৰ বাইকৰ মাজত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো। উক্ত পথ দুৰ্ঘটনাত বাইক চালকজন আঘাতপ্ৰাপ্ত হৈছে। বাইক চালকজনৰ ঘৰ গন্ধকৰৈ বিলনী গাঁৱত বুলি জানিব পৰা গৈছে। ডাম্পাৰ বাহনখন সৰুপথাৰ নগৰৰ পৰা সৰুপানী অভিমুখে গৈ আছিল বুলি ডাম্পাৰ চালক ৰাজীৱ বড়োৱে জানিবলৈ দিয়ে।  ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale