বিনামূলীয়া ডায়বেটিছ স্বাস্থ্য শিবিৰ।
সৰুপথাৰ বাসী ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। সৰুপথাৰ নগৰৰ পুৰণি বাছ ষ্টেণ্ডৰ সমীপত থকা অ'ৱেছিছ মেডিকেলৰ দ্বাৰা এক বিনামূলীয়া ডায়েবেটিছ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে আগন্তুক ২১ছেপ্টেম্বৰ তাৰিখ দেওবাৰে পুৱা ১১বজাৰ পৰা এই ডায়েবেটিছ স্বাস্থ্য শিবিৰ আৰম্ভ হব। এই শিবিৰত স্বাস্থ্য পৰামৰ্শ আগবঢ়াবলৈ আপোনালোকৰ মাজত উপস্থিত থাকিব অভিজ্ঞ চিকিৎসক ডাঃ অংকিত শৰ্মা, এম.ডি. (মেডিচিন), কনছালটেণ্ট ডায়বেটোলজিষ্ট। এই বিনামূলীয়া ডায়েবেটিছ স্বাস্থ্য শিবিৰত আপোনালোকে স্বাস্থ্য পৰীক্ষাৰ লগতে চিকিৎসকৰ বিনামূলীয়া পৰামৰ্শ, বিনামূলীয়া ৰক্তচাপ পৰীক্ষা আৰু বিনামূলীয়া চুগাৰ টেষ্ট কৰিব পাৰিব। গতিকে পলম নকৰিব। আপোনাৰ এপইন্টমেন্টৰ বাবে আজিয়েই ফোন কল বা WhatsApp যোগে বুক কৰক: 9365515398 মোবাইল নম্বৰত। মনত ৰাখিব আগন্তুক ২১ছেপ্তেম্বৰ দেওবাৰে বিনামূলীয়া ডায়েবেটিছ স্বাস্থ্য শিবিৰ। আসন সীমিত। আমাৰ ঠিকনা:- অ'ৱেছিছ মেডিকেল, পুৰণা বাছষ্টেণ্ডৰ সমিপত, সৰুপথাৰ।

0 Comments