Header Ads Widget

Responsive Advertisement

Today assamese news

সৰুপথাৰ দক্ষিণ গোলাঘাট শিক্ষা খণ্ডৰ কাৰ্যালয়ত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰায় তিনিশৰো অধিক মহিলাই আজি ৰাজ্যজোৰা পিকেটিং কাৰ্যসূচীত ভাগ লয়। পদুমনিত থকা দক্ষিণ গোলাঘাট শিক্ষা খণ্ডৰ কাৰ্যালয় প্ৰতিবাদী ধ্বনিৰে কপাই তোলে। আজি সৰুপথাৰস্থিত দক্ষিণ গোলাঘাট শিক্ষা খণ্ডৰ কাৰ্যালয়তে ৰন্ধন কৰ্মী মহিলাসকল একত্ৰিত হৈ জাঙুৰ খাই উঠিছে। ২০২৪ত বিজেপিক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে মহিলাসকলে। তেওঁলোকে উক্ত আন্দোলন কাৰ্যসূচীৰ দ্বাৰা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীক বিভিন্ন দাবীৰে চাৰিদিনীয়াকৈ আন্দোলন কাৰ্যসূচী হাতত লৈছে।



 

Post a Comment

0 Comments

Sarupathar Live