Header Ads Widget

Responsive Advertisement

Mekhela sador 2023


মহিলাৰ সাজপাৰ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গোমচেং। 

অসমীয়া সাজপাৰ বা মহিলাৰ প্ৰয়োজনীয় সামগ্ৰী কিনিম বুলি ভাৱিছে নেকি? তেনেহলে আজিয়েই আহক গোমচেঙলৈ। সৰুপথাৰ নগৰৰ ৭নং ৱাৰ্ডৰ TVS ডিলাৰৰ নিচেই ওচৰতে থকা "গোমচেং" নামৰ দোকানখনত মহিলাৰ প্ৰয়োজনীয় সাজপাৰকে ধৰি বিভিন্ন ধৰণৰ লাগতিয়াল সামগ্ৰী পোৱা যায়। গোমচেংত আপোনালোকে পাব মহিলাৰ বোৱা চাদৰ=মেখেলা, পাটৰ সাজ, নুনি কটন, তচ, খাদি কটন, তচ কটন, কটন নুনি, ডিমাচা যোৰা, এ চি কটন, ঘিচা, মাজুলি কটন, মিক্স পাট, ৰিহা, ব্লাউজ ইত্যাদি। দোকানখনত যুৱতী সকলৰ বাবে আছে অত্যাধুনিক তথা ফেশ্বনেবল সাজপাৰ, বিভিন্ন ডিজাইন সম্বলিত গহনা, লেডিজ বেগ, খোপা আৰু প্ৰসাধন সামগ্ৰী। এইসমূহৰ উপৰিও গোমচেংত গামোচা, চেলেং চাদৰ, টাৱেল, ফলচ, নেচা সুতা, টেডি বিয়েৰ আৰু সৰু লৰা=ছোৱালীৰ খেলা=ধুলা সামগ্ৰী উপলব্ধ। গতিকে পলম কিহৰ। আজিয়েই আহক গোমচেং নামৰ দোকানখনলৈ আৰু লৈ যাওক আপোনাৰ মনপচন্দৰ অসমীয়া সাজপাৰকে ধৰি নানান ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী। দোকানখনৰ ঠিকনা:= গোমচেং, সৰুপথাৰ নগৰ, ৱাৰ্ড নম্বৰ=৭, TVS ডিলাৰ আৰু চন্দ্ৰপভা Eye Care centerৰ সমীপত। যোগাযোগৰ নম্বৰ= 8133834080.


 

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024