অৱশেষত কৰায়ত্ব কৰিলে সৰুপথাৰ টেঙাহোলা লতাজুৰি গাৱৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ড জিতেন মুৰ্মূক
সৰুপথাৰ ২নং পদুমণি গাৱৰ মোচাৰফ উৰফে দীপক নামৰ লোকজনক জিতেন মুৰ্মূয়ে ডিঙি কাটি হত্যা কৰি বস্তাৰে মেৰিয়াই পথাৰৰ মাজত পুখুৰীত পেলায় থৈছিল
জিতেন মুৰ্মূৰ ঘৰ সৰুপথাৰ ১নং পদুমণিৰ মাঝি গাৱত বুলি জানিব পৰা গৈছে
জিতেন মুৰ্মূক বৰ্তমান বৰপথাৰ আৰক্ষীয়ে সুধা-পোছা অব্যাহত ৰাখিছে। তেওঁৰ লগত আন কোন কোন ব্যক্তি জড়িত হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই
কিয় ডিঙি কাটি হত্যা কৰিবলগীয়া হ'ল মোচাৰফ উৰফে দীপকক সেয়া বৰপথাৰ আৰক্ষীয়ে সুধা-পোছা অব্যাহত ৰাখিছে
0 Comments