Header Ads Widget

Responsive Advertisement

Swahid kushal konwar rail news



শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু তিথি উপলক্ষে নিজা গৃহত পৰিয়ালবৰ্গৰ স্মৰণ

আজি বীৰ শ্বহীদ কুশল কোঁৱৰৰ ৮০সংখ্যক মৃত্যু বাৰ্ষিকী। বৃটিছৰ বিৰুদ্ধে  দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত দেশৰ স্বাৰ্থত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰা এগৰাকী শক্তিশালী সেনা হল কুশল কোঁৱৰ। কুশল কোঁৱৰৰ আপোচ বিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমত ভাৰত ত্যাগ আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। কুশল কোঁৱৰ হ’ল দেশ প্ৰেম, ত্যাগ আৰু সাহসৰ এক প্ৰতীক। ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা ৪:৩০ বজাত কুশল কোঁৱৰক যোৰহাটৰ জ্যোতি কাৰাগাৰত ৰেল বগৰোৱাৰ অপৰাধত বৃটিছ চৰকাৰে ফাঁচী দিয়ে। তেখেতৰ মৃত্যু তিথিত পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি সেৱা লয়।

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024