ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড।
#নাবালিকা বন কৰা কিশোৰীক বলপূৰ্বক ধৰ্ষন কৰিলে পিতৃ পুত্ৰই।
# ইতিমধ্যে ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰিছে পিতৃ তেলেস্ফাৰ টেটে আৰু পুত্ৰ জনক্ৰোছ লাক্ৰাক।
#দুয়োৰে ঘৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১নং বিলগাঁওত ।
#পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ইতিমধ্যে নাবালিকা কিশোৰী গৰাকী অন্তসত্বা।
#বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
0 Comments