Header Ads Widget

Responsive Advertisement

Naojan aamsu news today



নাওজানত আমছুৰ সপ্তম দ্বি বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

আগন্তক ২০ আৰু ২১ তাৰিখে নাওজান মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত নাওজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা বাসী ৰাইজৰ সহযোগত সদৌ অসম সংঘ্যালঘু ছাত্ৰ ইউনিয়নে সপ্তম দ্বি বাৰ্ষিক অধিৱেশন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে । এই অনুষ্ঠানৰ প্ৰতিনিধি সভাত গোলাঘাট জিলা সমিতি আৰু ধনশিৰি মহকুমা সমিতি গঠন হব । ২১ তাৰিখত মুকলি সভাত আমছুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে আমছুৰ বিষয়ববীয়া উপস্থিত থাকিব । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতি সন্ধিয়াৰো আয়োজন কৰিছে । সাংস্কৃতি সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ লগতে উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী জাবেদ আখতাৰ আহমেদ আৰু স্থানীয় কন্ঠশিল্পী

Post a Comment

0 Comments

Sarupathar Live