Header Ads Widget

Responsive Advertisement

Sarupathar biswajit phukan news 2023



এইবাৰ সৰুপথাৰত কেইগৰাকীমান মহিলাই কৃষি বিপ্লৱ গঢ়ি তুলিছে। জাগৃতি বহুমুখী মহিলা সমবায় সমিতিৰ মহিলাসকলে কৃষি কৰ্মত পুৰুষৰ সমানে ফেৰ মাৰিছে সৰুপথাৰত। ১০বিঘা মাটিত সৰিয়হ খেতি কৰি দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন। সাধাৰণতে কৃষি বুলিলে পুৰুষসকলেই সকলো ক্ষেত্ৰত আগবঢ়া দেখা যাই যদিও সেই কথাক চেৰ পেলাই আগবাঢ়িছে এই মহিলাসকল। আৰম্ভনিতে তেওঁলোক সকলো মিলি নিজৰ মাজতেই কিছু পইছা সংগ্ৰহ কৰি এই খেতি কৰিবলৈ আগবাঢ়িছিল। জাগৃতি বহুমুখি মহিলা সমবায় সমিতিক এই ক্ষেত্ৰত সকলোধৰণৰ সহায় আগবঢ়াইছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।


Post a Comment

0 Comments

Sarupathar Live